অসম বংগ সীমান্তৰ ছাগলীয়াত ৩৭ টাকৈ চোৰাং গৰু জব্দ
ধুবুৰী, ৩১ জুলাই (হি.স.)। অসম বংগ সীমান্তৰ ছাগলীয়াত ৩৭ টাকৈ চোৰাং গৰু জব্দ । আটক চালক হেণ্ডিমেন ৰূপী দুই গো-সৰবৰাহকাৰী । ধৃত চোৰাং গৰু সৰবৰাহকাৰী ৰফিকুল আলী আৰু মাজিদুল ইছলাম । পুষ্পা ষ্টাইলত আমৰ বাকচৰ তলত গোপন চেম্বাৰত আনিছিল গৰু সমূহ । পশ্চ
অসম বংগ সীমান্তৰ ছাগলীয়াত ৩৭ টাকৈ চোৰাং গৰু জব্দ


ধুবুৰী, ৩১ জুলাই (হি.স.)। অসম বংগ সীমান্তৰ ছাগলীয়াত ৩৭ টাকৈ চোৰাং গৰু জব্দ । আটক চালক হেণ্ডিমেন ৰূপী দুই গো-সৰবৰাহকাৰী । ধৃত চোৰাং গৰু সৰবৰাহকাৰী ৰফিকুল আলী আৰু মাজিদুল ইছলাম ।

পুষ্পা ষ্টাইলত আমৰ বাকচৰ তলত গোপন চেম্বাৰত আনিছিল গৰু সমূহ । পশ্চিমবংগৰ পৰা ছাগলীয়া ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বঙাইগাঁও গৈ আছিল বাহনখন । গোপন খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে বাহনখন আটক কৰি তালাচী চলায় । আৰক্ষীৰ তালাচীত ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা ৩৭ টাকৈ গো-ধন ওলাই পৰে । অধিক তথ্যৰ বাবে দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । জব্দকৃত গো ভৰ্তি মালবাহী ট্ৰাকৰ নম্বৰ এ এছ ০১ ইউ চি ২০৪৫ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande