ৰূপহীহাটৰ পুৱ ফুটালজাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
নগাঁও, ৩০ জুলাই (হি.স.)। ৰূপহীহাটৰ পুৱ ফুটালজাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ৷ খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহে বনৰীয়া হাতীৰ উক্ত বৃহৎ জাকটো। বৰ্তমান হাতীৰ জাকটোৱে পূব ফুটালজাৰৰ মৰাপাট খেতিত বিচৰণ কৰি থকাত উদ্বিগ্ন হৈ পৰ
ৰূপহীহাটৰ পুৱ ফুটালজাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ


নগাঁও, ৩০ জুলাই (হি.স.)। ৰূপহীহাটৰ পুৱ ফুটালজাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ, আতংকিত ৰাইজ৷

খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহে বনৰীয়া হাতীৰ উক্ত বৃহৎ জাকটো।

বৰ্তমান হাতীৰ জাকটোৱে পূব ফুটালজাৰৰ মৰাপাট খেতিত বিচৰণ কৰি থকাত উদ্বিগ্ন হৈ পৰিছে কৃষক ৰাইজ।

ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে যদিও, এইপৰ্যন্ত হাতীৰ জাকটোক পুনৰ বনাঞ্চললৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হোৱা নাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande