গোলাঘাট কাৰাগাৰত এজন আৰক্ষীৰ আত্মহত্যা
গোলাঘাট, ৩০ জুলাই (হি.স.)। গোলাঘাট কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। গোলাঘাট কাৰাগাৰত এজন আৰক্ষীৰ আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । ৰেবকান্ত তামুলী নামৰ এজন জোৱানৰ আত্মহত্যাক লৈ চৰ্চা লাভ কৰিছে । জানিব পৰামতে, নিজৰ কোৱাৰ্টাৰৰ কোঠাত আত্মহত্
গোলাঘাট কাৰাগাৰত এজন আৰক্ষীৰ আত্মহত্যা


গোলাঘাট, ৩০ জুলাই (হি.স.)। গোলাঘাট কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। গোলাঘাট কাৰাগাৰত এজন আৰক্ষীৰ আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে । ৰেবকান্ত তামুলী নামৰ এজন জোৱানৰ আত্মহত্যাক লৈ চৰ্চা লাভ কৰিছে ।

জানিব পৰামতে, নিজৰ কোৱাৰ্টাৰৰ কোঠাত আত্মহত্যা কৰে হেড ৱাৰ্ডাৰ ৰেৱকান্ত তামুলীয়ে । উল্লেখ্য যে তিনি কয়দীৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পলায়নৰ ঘটনাৰ পাছত হোৱা এই আত্মহত্যাই সমগ্ৰ গোলাঘাট কাৰাগাৰত একপ্ৰকাৰ চেপা উত্তেজনাই বিৰাজ কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande