নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ বান সাহাৰ্য্য, ১,১৮৫ জন লোকক চিকিৎসা সেৱা, সাহায্য সামগ্ৰী বিতৰণ
গোলাঘাট, ৩০জুলাই (হি.স.)। নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ বান সাহাৰ্য্য অভিযান। ৮টা বান সাহাৰ্য্য চিকিৎসা শিবিৰৰ জৰিয়তে ১,১৮৫ জন লোকক চিকিৎসা সেৱা। সাহায্য সামগ্ৰী বিতৰণ। গৌৰীসাগৰ আৰু নাজিৰাত ভিকে এন আৰ এল চিকিৎসালয়ৰ বান সাহায্য
নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ বান সাহাৰ্য্য, ১,১৮৫ জন লোকক চিকিৎসা সেৱা, সাহায্য সামগ্ৰী বিতৰণ


গোলাঘাট, ৩০জুলাই (হি.স.)। নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ বান সাহাৰ্য্য অভিযান। ৮টা বান সাহাৰ্য্য চিকিৎসা শিবিৰৰ জৰিয়তে ১,১৮৫ জন লোকক চিকিৎসা সেৱা। সাহায্য সামগ্ৰী বিতৰণ।

গৌৰীসাগৰ আৰু নাজিৰাত ভিকে এন আৰ এল চিকিৎসালয়ৰ বান সাহায্য অভিযান। গৌৰীসাগৰৰ নিমাটি আলি আৰু নাজিৰাৰ সুন্দৰ পুখুৰী কলিতা গাঁৱত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰত ৪০১ জন বানাক্ৰান্ত লোকক চিকিৎসা আৰু ঔষধ প্ৰদান কৰা হয়। লগতে বিভিন্ন বানাক্ৰান্ত অঞ্চলত খাদ্য সামগ্ৰী, কাপোৰ, অ আৰ এচ, ব্লিচিং পাউডাৰ, চেনিটাৰী নেপকিনকে ধৰি অত্যাৱশ্যকীয় ত্ৰাণ সামগ্ৰী বিতৰণ কৰা হয়। উল্লেখ্য যে ভিকে এন আৰ এল চিকিৎসালয়ে বৰ্তমানলৈকে ৮টা বান সাহাৰ্য্য চিকিৎসা শিবিৰৰ জৰিয়তে ১,১৮৫ জন লোকক চিকিৎসা সেৱা আগবঢ়াইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande