বজালীৰ পাঠশালাত চিলনী চোৰৰ সন্ত্ৰাস
বৰপেটা, ৩০ জুলাই (হি.স.)। বজালীৰ পাঠশালাত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস ।মটৰচাইকেলত অহা চোৰে এগৰাকী ব্যক্তিৰ পৰা কাঢ়ি লৈ গল ৫ লাখ ৪০ হাজাৰ টকা । এইচ ডি এফ চি বেংকৰ পাঠশালা শাখাৰ পৰা উলিয়াই আনিছিল ধনখিনি । বেংকৰ পৰা মাত্ৰ এশ মিটাৰ আতৰত ভুক্তভোগীৰ পৰা কা
বজালীৰ পাঠশালাত চিলনী চোৰৰ সন্ত্ৰাস


বৰপেটা, ৩০ জুলাই (হি.স.)। বজালীৰ পাঠশালাত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস ।মটৰচাইকেলত অহা চোৰে এগৰাকী ব্যক্তিৰ পৰা কাঢ়ি লৈ গল ৫ লাখ ৪০ হাজাৰ টকা । এইচ ডি এফ চি বেংকৰ পাঠশালা শাখাৰ পৰা উলিয়াই আনিছিল ধনখিনি । বেংকৰ পৰা মাত্ৰ এশ মিটাৰ আতৰত ভুক্তভোগীৰ পৰা কাঢ়ি নিবলৈ সক্ষম হই টকাখিনি। ধন কাঢ়ি নিয়াৰ সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত।

ঘটনাস্থলীত উপস্থিত পাঠশালা আৰক্ষী । চিলনী চোৰক বিচাৰি আৰম্ভ কৰিছে তদন্ত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande