বিশ্বনাথতো পালন কৰা হয় আন্তজাৰ্তিক বাঘ দিৱস
বিশ্বনাথ, ২৯ জুলাই (হি.স.)। আজি আন্তৰ্জাতিক বাঘ দিৱস । বিশ্বনাথতো পালন কৰা হয় আন্তজাৰ্তিক বাঘ দিৱস । এই দিৱসটিৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত অঞ্চল বিশ্বনাথ বন্যপ্ৰাণী খণ্ডৰ উদ্যোগত আয়োজন কৰা হ''ল টাইগাৰ কাপ ফুটবল প্ৰত
বিশ্বনাথতো পালন কৰা হয় আন্তজাৰ্তিক বাঘ দিৱস


বিশ্বনাথ, ২৯ জুলাই (হি.স.)। আজি আন্তৰ্জাতিক বাঘ দিৱস । বিশ্বনাথতো পালন কৰা হয় আন্তজাৰ্তিক বাঘ দিৱস । এই দিৱসটিৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত অঞ্চল বিশ্বনাথ বন্যপ্ৰাণী খণ্ডৰ উদ্যোগত আয়োজন কৰা হ'ল টাইগাৰ কাপ ফুটবল প্ৰতিযোগিতাৰ ।

উল্লেখ্য যে এই দিৱসটিৰ মূল উদ্দেশ্য হৈছে বিশ্বজুৰি বাঘৰ সংৰক্ষণ, বাঘৰ প্ৰাকৃতিক আবাসস্থলৰ সুৰক্ষা আৰু অবৈধ চিকাৰ তথা বেহা ৰোধ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা । এনেধৰণে ফুটবল প্ৰতিযোগিতাৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে দিনজোৰা কাৰ্যসূচীৰে গলিয়া খেলপথাৰত অনুষ্ঠিত কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande