শিৱসাগৰত সমাজ কল্যাণ বিভাগে বানাক্ৰান্ত অঞ্চলৰ শিশুৰ বাবে নিৰ্মাণ কৰিছে অস্থায়ী চাইল্ড ফ্ৰেইনলী স্পেচ
শিৱসাগৰ , ২৯ জুলাই (হি.স.)। শিৱসাগৰ জিলাত বানত সৃষ্টি দুখ লগা পৰিস্থিতিৰ। দেশৰ ভৱিষ্যত মানৱ সম্পদ কণ কণ শিশু সকলৰ যাতে মানসিক চাপ বৃদ্ধি নাপায় তাৰ বাবে সমাজ কল্যাণ বিভাগৰ বিশেষ পদক্ষেপ। দুৰ্যোগৰ সময়ত শিশু সকল যাতে মানসিক ভাৱে ভাঙি নপৰে শিৱসাগৰ জ
শিৱসাগৰত সমাজ কল্যাণ বিভাগে বানাক্ৰান্ত অঞ্চলৰ শিশুৰ বাবে নিৰ্মাণ কৰিছে অস্থায়ী চাইল্ড ফ্ৰেইনলী স্পেচ


শিৱসাগৰ , ২৯ জুলাই (হি.স.)। শিৱসাগৰ জিলাত বানত সৃষ্টি দুখ লগা পৰিস্থিতিৰ।

দেশৰ ভৱিষ্যত মানৱ সম্পদ কণ কণ শিশু সকলৰ যাতে মানসিক চাপ বৃদ্ধি নাপায় তাৰ বাবে সমাজ কল্যাণ বিভাগৰ বিশেষ পদক্ষেপ।

দুৰ্যোগৰ সময়ত শিশু সকল যাতে মানসিক ভাৱে ভাঙি নপৰে শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগে লৈছে অভিনৱ পদক্ষেপ চাইল্ড ফ্ৰেইনলী স্পেচ ৰ দ্বাৰা।

অস্থায়ীভাৱে চাইল্ড ফ্ৰেইনলী স্পেচ নিৰ্মাণ কৰিছে শিৱসাগৰৰ পলশনিত শিশুসকলৰ সৰ্বাংগীন উন্নয়নৰ চেষ্টাৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande