ভাৰতীয় কিষাণ সংঘ যোৰহাট জিলাই টীয়কত বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ধানৰ কঠিয়া
যোৰহাট, ২৯ জুলাই (হি.স.)। ভাৰতীয় কিষাণ সংঘ যোৰহাট জিলাই টীয়কত বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ধানৰ কঠিয়া। বানপানীৰ ফলত বহু হেক্টৰ কৃষিভূমি হৈ পৰিছিল জলমগ্ন । বানত তচনচ হোৱা কৃষক ৰাইজৰ সোণালী সপোনবোৰ পুনৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মত প্ৰ
ভাৰতীয় কিষাণ সংঘ যোৰহাট জিলাই টীয়কত বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ধানৰ কঠিয়া

ভাৰতীয় কিষাণ সংঘ যোৰহাট জিলাই টীয়কত বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ধানৰ কঠিয়া

যোৰহাট, ২৯ জুলাই (হি.স.)। ভাৰতীয় কিষাণ সংঘ যোৰহাট জিলাই টীয়কত বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ধানৰ কঠিয়া।

বানপানীৰ ফলত বহু হেক্টৰ কৃষিভূমি হৈ পৰিছিল জলমগ্ন । বানত তচনচ হোৱা কৃষক ৰাইজৰ সোণালী সপোনবোৰ পুনৰ অৰ্থে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ কিষাণ সংঘৰ।

জিলা কিষাণ সংঘৰ সম্পাদক বিৰেন দত্ত আৰু অজিত বৰবৰাৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।এই পদক্ষেপে কৃষক ৰাইজৰ মনত হাঁহি বিৰিঙিয়াইছে আৰু আগলৈও এইদৰে কৃষক ৰাইজক সহায় কৰাৰ আশ্বাস।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

 rajesh pande