
মৰিগাঁও, ২৯ জুলাই (হি.স.)। মৰিগাঁও নগাঁৱৰ মুল পথ অৱৰোধ।ৰাইজে অৱৰোধ কৰিছে মুল পথ।মৰিগাঁও ৰাজহচক্ৰ পৰা ৰাজহগাঁও কৰ্তন কৰি মিকিৰভেটালৈ স্থানান্তৰিত কৰাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ ।অৱৰোধ স্তব্ধ হৈ পৰিছ যানবাহন সমূহ।
মৰিগাওঁ বিধায়ক ৰমা কান্ত দেউৰীক গাওঁ চুৰ আখ্যা দিলে মৰিগাঁও প্ৰতিবাদত কাৰি ৰাইজে।বিজেপি বিধায়ক ৰমাকান্ত দেউৰীৰ হঠকাৰী ভূমিকাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।মৰিগাঁৱৰ দন্দুৱা ত সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰাজপথত বহি টায়াৰ জ্বলাই সাব্যস্ত কৰিছে এই প্ৰতিবাদ। বিধায়ক জনৰ এই ৰাজনৈতিক অভিসন্ধি ফাদিল হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাইজ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ