মঙলদৈ নদীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ
দৰং, ২৯ জুলাই (হি.স.)। মঙলদৈ নদীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ। নদীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃতদেহটো মঙলদৈ শান্তিপাৰা ১ নং ৱাৰ্ডৰ কৰুণা দাসৰ বুলি চিনাক্ত কৰে ৰাইজে। কালি প্ৰাত:ভ্রমনলৈ ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দে
মঙলদৈ নদীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ


দৰং, ২৯ জুলাই (হি.স.)। মঙলদৈ নদীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ।

নদীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

মৃতদেহটো মঙলদৈ শান্তিপাৰা ১ নং ৱাৰ্ডৰ কৰুণা দাসৰ বুলি চিনাক্ত কৰে ৰাইজে।

কালি প্ৰাত:ভ্রমনলৈ ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল লোক জন।পিছত আৰক্ষীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande