নাজিৰাৰ বিহুবৰত বন্যাৰ্তৰ হাহাকাৰ
শিৱসাগৰ, ২৯ জুলাই (হি.স.)। নাজিৰাৰ বিহুবৰত বন্যাৰ্তৰ হাহাকাৰ। দিখৌৰ বলিয়া বানে এফালৰ পৰা ধ্বংস লীলা চলাই গৈছিল বিহুবৰ নেপালী খুটিত। নাজিৰাত দুগ্ধ ব্যৱসায় এক মূল কেন্দ্ৰ হিচাপে পৰিচিত এই নেপালী খুটিত আজি নাই এজনীও গাই-গৰু। এতিয়া বৰ্তমান মৰিশালি যেন
নাজিৰাৰ বিহুবৰত বন্যাৰ্তৰ হাহাকাৰ


শিৱসাগৰ, ২৯ জুলাই (হি.স.)। নাজিৰাৰ বিহুবৰত বন্যাৰ্তৰ হাহাকাৰ। দিখৌৰ বলিয়া বানে এফালৰ পৰা ধ্বংস লীলা চলাই গৈছিল বিহুবৰ নেপালী খুটিত। নাজিৰাত দুগ্ধ ব্যৱসায় এক মূল কেন্দ্ৰ হিচাপে পৰিচিত এই নেপালী খুটিত আজি নাই এজনীও গাই-গৰু। এতিয়া বৰ্তমান মৰিশালি যেন পৰিবেশ চাৰিওফালে।

দিখৌ পলশে পুটি পেলালে সমগ্ৰ অঞ্চল। নিজৰ আপোন ঘৰখনত এতিয়া যেন নিমাওমাও পৰিবেশ। মাত্ৰ এক ঘণ্টাৰ ভিতৰত সকলো ধ্বংস কৰি পেলাইছিল এই নেপালী খুটি। কেনেকৈ এই ধ্বংস লীলা চলাইছিল দিখৌৰ বলিয়া বানে শুনক বন্যাৰ্তৰ মুখেৰেই। সম্পূৰ্ণ বিৱৰণ দিছে তেওঁলোকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande