
মৰিগাঁও, ২৯ জুলাই (হি.স.)। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত শোকাৱহ ঘটনা
বানপানীয়ে প্ৰাণ ল'লে এজন লোকৰ
পানীত পৰি সলিল সমাধি এজন লোকৰ।
ব্ৰহ্মপুত্ৰ অঞ্চলৰ খকন্দগুৰিৰ চিকৌপামত সংঘটিত হৈছে এই ঘটনা
মৃত লোকজনৰ নাম গোলাপ ৰবিদাস
গৰুৰ বাবে কলপাত আনিবলৈ গৈছিল লোকজন
হঠাতেই সোঁতে উটুৱাই নিয়ে লোকজনক
লোকজনৰ মৃত্যুত চেপা উত্তেজনা সমগ্ৰ ব্ৰহ্মপুত্ৰ অঞ্চলত
একমাত্ৰ ভগ্নী গৰাকী নিঠৰুৱা হ'ল ভাতৃৰ মৃত্যুত
এতিয়াও উপস্থিত হোৱা নাই প্ৰশাসনৰ লোক ।পানীৰ তলতে আৱদ্ধ হৈ আছে মৃত লোকজন।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা