
Assam, 28 জুলাই (হি.স.)। বান বিভিষীকাৰ মাজতে টীয়কৰ বাদুলি পুখুৰীৰ পাইপ লাইনত পৰকীয়া প্ৰেমক কেন্দ্ৰক কৰি মহিলাৰ চৰম পন্থা!
স্বামী কৰ্ম সুত্ৰে বাহিৰত থকা অৱস্থাত মহিলা গৰাকীয়ে চৰম পন্থা বাচি লয়।
নিজৰ ডাঙৰ সন্তানে অভিযোগ উত্থাপিত কৰিছে নিজ মাতৃৰ অভিযোগ স্বামী ৰুবুল আলী কৰ্ম ক্ষেত্ৰত ব্যস্ত থকাত পুত্ৰই আহি দেখে মাতৃৰ নিথৰ দেহ। চৰম পন্থা গ্ৰহণ কৰা মহিলা গৰাকীৰ নাম মুস্তকা বেগম মৰাণৰ সমীপৰ এগৰাকী ব্যক্তিৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত কৰিছে
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু