
তামুলপুৰ, ২৮ জুলাই (হি.স.)। তামুলপুৰৰ দ্বাৰকুছীত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।
এবিএমছু ৰ প্ৰাক্তন সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ বিচাৰি উত্তাল প্ৰতিবাদ।
তামুলপুৰ জিলা সমিতিৰ উদ্যোগত তামুলপুৰ জিলাৰ দ্বাৰকুছিত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন।
প্ৰতিবাদ কাৰী সকলে হাতে হাতে ছহিদ লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, অসম চৰকাৰ হায় হায়,এই সংগ্ৰাম চলিছে চলিবই, আমাক ন্যায় লাগে ন্যায় দিয়ক চিবিআই ৰ তদন্তৰ তথ্য ৰাজহুৱা কৰক আদি শ্ল'গান লিখা বেনাৰ ফেষ্টুন আদি লৈ ৰাজপথ উত্তাল কৰে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু