মৈৰাবাৰীত মীন ব্যৱসায়ী সকলৰ অনিদৃষ্ট কাললৈ বন্ধ ঘোষণা
মৰিগাঁও, ২৮ জুলাই (হি.স.)। মৈৰাবাৰীত মীন ব্যৱসায়ী সকলৰ অনিদৃষ্ট কাললৈ বন্ধ ঘোষণা।বজাৰত দীর্ঘ দিনৰ পৰা বজাৰত একাঠু পানী, আৱৰ্জনাৰে ভৰি থকাত মাছ ব্যৱসায়ী সকলে বজাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিও বিফল
মৈৰাবাৰীত মীন ব্যৱসায়ী সকলৰ অনিদৃষ্ট কাললৈ বন্ধ ঘোষণা


মৰিগাঁও, ২৮ জুলাই (হি.স.)। মৈৰাবাৰীত মীন ব্যৱসায়ী সকলৰ অনিদৃষ্ট কাললৈ বন্ধ ঘোষণা।বজাৰত দীর্ঘ দিনৰ পৰা বজাৰত একাঠু পানী, আৱৰ্জনাৰে ভৰি থকাত মাছ ব্যৱসায়ী সকলে বজাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিও বিফল ব্যৱসায়ী সকল।বজাৰৰ লেচিয়েও কান হাৰ নিদিয়াৰ অভিযোগ!বজাৰ পৰিস্কাৰ নকৰা পৰ্যন্ত মাছ বজাৰ বন্ধ থাকিব বুলি জনায় ব্যৱসায়ী সকলে।আনহাতে বজাৰৰ নিবিদাক লৈয়ো পূৰ্বৰ লেচি আৰু বৰ্তমানৰ লেচি সকলৰ মাজত টনা আজোৰা চলি থকাত উদ্বেগ প্ৰকাশ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande