জনীয়াৰ বাংলীপাৰাত বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবী ৰাইজৰ
বৰপেটা, ২৮ জুলাই (হি.স.)। জনীয়াৰ বাংলীপাৰাত বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবী ৰাইজৰ ।জনীয়াৰ বাংলীপাৰা ডাউকমাৰী বানিয়াৰাপাৰা ত বেঁকী নৈৰ খহনীয়াৰ ফলত কৃষকৰ কৃষিভূমি , মাটি ভেটি হেৰুৱাই কৰিছে হাহাকাৰ। বেঁকী নৈৰ পানী উফন্দি উঠাত খহনীয়াৰ কবলত মাটি
জনীয়াৰ বাংলীপাৰাত বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবী ৰাইজৰ


বৰপেটা, ২৮ জুলাই (হি.স.)। জনীয়াৰ বাংলীপাৰাত বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবী ৰাইজৰ ।জনীয়াৰ বাংলীপাৰা ডাউকমাৰী বানিয়াৰাপাৰা ত বেঁকী নৈৰ খহনীয়াৰ ফলত কৃষকৰ কৃষিভূমি , মাটি ভেটি হেৰুৱাই কৰিছে হাহাকাৰ।

বেঁকী নৈৰ পানী উফন্দি উঠাত খহনীয়াৰ কবলত মাটি ভেটি কৃষকৰ শ শ বিঘা কৃষিভূমি বেকী নৈৰ গৰ্ভত বিলীন হৈ যায়। সম্প্ৰতি বেঁকী নৈৰ গৰাখহনীয়াৰ সমান্তৰালভাৱে পানী কমিছে যদিও বিপদ কমা নাই নৈ পৰীয়া ৰাইজৰ। কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ স্থানীয় জনপ্ৰতিনিধিৰ ।ক্ষুভ উজাৰিলে নৈ পৰীয়া ৰাইজে ।সেয়ে অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বিজ্ঞান সন্মত ভাৱে বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ আহ্বান জনায় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande