পৰ্বতঝোৰাত চোৰৰ বিলৈ, বৈদ্যুতিক খুটাৰ পৰা পৰি গুৰুতৰ ভাৱে আহত চোৰ
কোকৰাঝাৰ, ১৪ জুলাই (হি.স.)। পৰ্বতঝোৰাৰ আলমগঞ্জ তৃতীয় খণ্ডত চোৰৰ বিলৈ। নিশা বৈদ্যুতিক তাৰ চুৰি কৰিবলৈ আহি আঘাতপ্ৰাপ্ত চোৰ। বৈদ্যুতিক খুটাৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হয় চোৰ। চৰটো দামপুৰ দ্বিতীয় খণ্ড গাঁৱৰ ভেলু শ্বেইখ। ৰাতিপুৱালৈকে পথাৰত আহতহৈ পৰি
পৰ্বতঝোৰাত চোৰৰ বিলৈ, বৈদ্যুতিক খুটাৰ পৰা পৰি গুৰুতৰ ভাৱে আহত চোৰ


কোকৰাঝাৰ, ১৪ জুলাই (হি.স.)। পৰ্বতঝোৰাৰ আলমগঞ্জ তৃতীয় খণ্ডত চোৰৰ বিলৈ।

নিশা বৈদ্যুতিক তাৰ চুৰি কৰিবলৈ আহি আঘাতপ্ৰাপ্ত চোৰ।

বৈদ্যুতিক খুটাৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হয় চোৰ।

চৰটো দামপুৰ দ্বিতীয় খণ্ড গাঁৱৰ ভেলু শ্বেইখ।

ৰাতিপুৱালৈকে পথাৰত আহতহৈ পৰি থাকে চৰটো।

ৰাতিপুৱা ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ।

এই চুৰি ঘটনাৰ লগত আৰু তিনিজন জড়িত থকাৰ সন্দেহ ৰাইজৰ।

আৰক্ষীৰ তদন্ত পিছত হে ওলাই পৰিব এই ঘটনাৰ লগত কোন কোন জড়িত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande