#অসমৰ প্ৰথম গৰাকী মহিলা এভেৰেষ্ট শিংগ আৰোহনকাৰী ৰূপামনি গড়ক লখিমপুৰৰ হাৰমতীত অসম চাহ মজদুৰ সংঘৰ উষ্ম আদৰণি
লখিমপুৰ, ১৪ জুলাই (হি.স.)। অসমৰ প্ৰথম গৰাকী মহিলা এভাৰেষ্ট শিংগ আৰোহনকাৰী ৰূপামনি গড়ক লখিমপুৰৰ হাৰমতীত অসম চাহ মজদুৰ সংঘৰ উষ্ম আদৰণি। লখিমপুৰ জিলাৰ হাৰমতী চাহ বাগিছাৰ মুখ্যদ্বাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ ২নং পাৰ্ব্বতীপুৰত জিলা খনৰ অসম চাহ মজুৰ সংঘৰ
#অসমৰ প্ৰথম গৰাকী মহিলা এভেৰেষ্ট শিংগ আৰোহনকাৰী ৰূপামনি গড়ক লখিমপুৰৰ হাৰমতীত অসম চাহ মজদুৰ সংঘৰ উষ্ম আদৰণি


লখিমপুৰ, ১৪ জুলাই (হি.স.)। অসমৰ প্ৰথম গৰাকী মহিলা এভাৰেষ্ট শিংগ আৰোহনকাৰী ৰূপামনি গড়ক লখিমপুৰৰ হাৰমতীত অসম চাহ মজদুৰ সংঘৰ উষ্ম আদৰণি।

লখিমপুৰ জিলাৰ হাৰমতী চাহ বাগিছাৰ মুখ্যদ্বাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ ২নং পাৰ্ব্বতীপুৰত জিলা খনৰ অসম চাহ মজুৰ সংঘৰ উত্তৰ লখিমপুৰ শাখা,হাৰমতী চাহ বাগিছা শাখা,দলহাট,ওহাট শাখা,চিলনীবাৰী,ডিজু,হাৰমতী বগৰী শাখা আদি কৰি প্ৰায় দহটা শাখাৰ লগতে মহিলা শাখা সমুহে গামোছা,ফুলৰ ঠোপাৰ সৈতে উষ্ম আদৰণি জনায় এভাৰেষ্ট শিংগ আৰোহনকাৰী ৰাজ্য়ৰ প্ৰথম গৰাকী চাহ জনজাতী পৰ্বত আৰোহনকাৰী গৰাকীক ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande