তামাৰহাটত অসম ৰাজ্যিক জিএছটি বিভাগৰ অভিযান
তামাৰহাটত অসম ৰাজ্যিক GST বিভাগৰ অভিযান।
তামাৰহাটত অসম ৰাজ্যিক জিএছটি বিভাগৰ অভিযান


ধুবুৰী, ০৩ নৱেম্বৰ (হি.স.): ধুবুৰীৰ তামাৰহাটত য়োৱা কালি বিয়লি অসম ৰাজ্যিক জিএচটি বিভাগৰ অভিযান চলে। বৰুনডাঙ্গাত জে ইনফ্ৰাটেক লিমিটেডৰ কাৰ্যালয়ত চলাইছিল এই অভিযান।

জে ইনফ্ৰাটেক লিমিটেডৰ বৃহৎ জি এছ টি ফাকিৰ অভিযোগ আছিল কোম্পানীৰটোৰ বিৰুদ্ধে। ১৫ জনীয়া অসম ৰাজ্যিক জিএছটি বিষয়াৰ দলে চলাই আছে অভিযান। ইফালে বিষয়া সকল কাৰ্যালয়ৰ পৰা ওলাই যোৱাৰ সময়ত সাংবাদিক ভাষ্য নিদিয়াকৈ ৰহস্য জনক বাবে আঁতৰি যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande