Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
22 Sep 2026
তিনিচুকীয়া, ২২ ছেপ্টেম্বৰ (হি.স.)। ডিগবৈ - দুলিয়াজান পথ অৱৰোধ। বিধস্ত পথে বছৰ বছৰ ধৰি জীয়াতু ভূগাইছে ছাত্ৰ-ছাত্ৰী তথা ৰাইজক। উপায়ন্তৰ হৈ ৰাইজে বন্ধ কৰিলে পথ। কানসাৰ নাই অইল ইণ্ডিয়া তথা চৰকাৰৰ।সাধাৰন গঞাৰ কথা কানত নপৰে চৰকাৰৰ। কোনে কৰিব নিৰ্মান ..
বৰপেটা, ২২ ছেপ্টেম্বৰ (হি.স.)। হাউলীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰগতিৰ বাছৰ খুন্দাত থিতাতে নিহত এজন লোক। হাউলীৰ বেন্নীবাৰীস্থিত ৰাষ্টীয় ঘাইপথত আজি এক মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰগতিৰ এখন বাছৰ চেঁপা পৰি থিতাতে নিহত হয় ..
নগাঁও, ২২ ছেপ্টেম্বৰ (হি.স.)। কামপুৰত দুদিন ধৰি সন্ধানহীন এজন যুৱক । সন্ধানহীন যুৱক জনক কামপুৰ বুঢ়াপটিয়া গাঁৱৰ বিশ্বজিৎ শইকীয়া বুলি জানিব পৰা গৈছে । বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত কামপুৰ আৰক্ষী কাষ চাপে পৰিয়াল । কামপুৰ কপিলী নদীৰ দলঙৰ ওপৰত ..
শিৱসাগৰ, ২২ ছেপ্টেম্বৰ (হি.স.)। পুনৰ উত্তপ্ত নাজিৰাৰ বিহুবৰ। ড্ৰাগছৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় ৰাইজ। ড্ৰাগছৰ ঘাটি পতা বিকি সিঙৰ বাসগৃহ উচ্ছেদৰ দাবীত ওলাই আহিল ৰাইজ। বিকি সিঙৰ বাসগৃহলৈ স্থানীয় ৰাইজৰ শিলগুটি নিক্ষেপ। ইফালে পৰিস্থিতি উত্তপ্ত হৈ ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha