Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
20 Sep 2026
ধুবুৰী, ২০ ছেপ্টেম্বৰ (হি.স.)। বিলাসীপাৰাৰ চৰুৱাবাখৰা , সন্তোষপুৰ আৰু চিৰাকুটাত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । চৰুৱা বাখৰা সন্তোষপুৰ অঞ্চলত ৩ হাজাৰ ৫ শ বিঘা ভুমিত নিৰ্মাণ হ''বলগীয়া ৩২০০ মেগাৱাট আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল তাপবিদ্যুৎ ..
হোজাই, ২০ ছেপ্টেম্বৰ (হি.স.)। লংকাত নিশা বন্যহস্তীৰ উপদ্ৰৱ। ক্ষতিগ্ৰস্ত বহু কেইটা পৰিয়াল। লংকাৰ লালমাটী লক্ষীপথাৰ গাঁৱত লামডিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ জাকে অঞ্চলতোৰ প্ৰায় ১০ঘৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি বাৰীৰ তামোল, কলগছ ..
তামুলপুৰ, ২০ ছেপ্তেম্বৰ (হি.স.)। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰকাশিত এখন ৰাজহুৱা জাননীত প্ৰকাশ যে আধাৰত নাম সংশোধন আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত এছ অ'' পি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে (ইউ আই ডি এ আই) ছেপ্টেম্বৰ, ২০২৬-ত জাৰি কৰা ..
গোৱালপাৰা, ২০ ছেপ্টেম্বৰ (হি.স.)। গোৱালপাৰা আনন্দ বজাৰৰ ৰেল ষ্টেচনৰ পিচফালে ভৈয়ষখুলীৰ খেতি পথাৰত মৃত অৱস্থাত উদ্ধাৰ এটি প্ৰকাণ্ড বন্যহস্তী। নিশা জাকৰ পৰা ফালৰি কাটি আহি ধাননি পথাৰত নামি আহিছিল হাতীটো। পূৱা গঁঞা ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খৱৰ ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha