প্ৰণৱ কনষ্ট্ৰাকচনছ লিমিটেডৰ আই পি অ’ ৭ ছেপ্টেম্বৰত মুকলি, প্ৰতি শ্বেয়াৰৰ মূল্য বেণ্ড ₹১১৮-১২৪
নতুন দিল্লী/মুম্বাই, ০২ ছেপ্টেম্বৰ (হি.স.)। প্ৰণৱ কনষ্ট্ৰাকচনছ লিমিটেডৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিং (আই পি অ’) অহা ৭ ছেপ্টেম্বৰত মুকলি হ’ব । বিনিয়োগকাৰীয়ে ৯ ছেপ্টেম্বৰলৈকে নিবিদা দিব পাৰিব। প্ৰতি শ্বেয়াৰৰ মূল্য বেণ্ড ₹১১৮-১২৪ নিৰ্ধাৰণ কৰা হৈছে।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande