কচুৱা ৰাঙলুবস্তিত বন্যহস্তীৰ আক্ৰমণত মহিলাসহ দুজন লোক নিহত, তিনিজন লোক আহত
নগাঁও, ৩০ মে (হি.স.)। কামপুৰত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা ৩০ জনীয়া এটা বন্যহস্তীৰ জাকে নগাঁৱৰ কচুৱা ৰাঙলুবস্তিত সন্ত্ৰাস চলায় ৷ বন্যহস্তীৰ আক্ৰমণত মহিলাসহ দুজন লোক নিহত হোৱাৰ বিপৰীতে তিনিজন লোক আহত
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001