Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
29 May 2026
শিৱসাগৰ, ২৯ মে (হি.স.)। শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত এ টি ৰোডত উত্তেজনাময় পৰিস্থিতি। আন জিলাৰ যাত্ৰীবাহী বাছ ৰখোৱাক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ স্থানীয় বাছ চালক, মালিক সকলৰ । যোৰহাট বৰহোলাৰ বিকাশ দাস নামৰ ডে-চুপাৰখন এ..
তিনিচুকিয়া, ২৯ মে (হি.স.)। ডিগবৈত মটৰ চাইকেল সহ দুই গভাইত চোৰক গ্ৰেপ্তাৰ। জব্দকৃত মটৰ চাইকেল খনৰ নম্বৰ এএছ ২৩এ ই ০৫৩৩। মটৰ চাইকেল চুৰি কাৰ্য্যত লিপ্ত থকা চোৰ দুজন ক্ৰমে - ২১ বছৰীয়া জয়ন্ত বসুমতাৰী আৰু ২১ বছৰীয়া সুৰজ তাচা বুলি জানিব পৰা গৈছে। এওঁল..
শিৱসাগৰ, ২৯ মে (হি.স.)। নাজিৰাৰ গেলেকী ন–আলিত সংঘটিত পথ দূৰ্ঘটনা। চাহ শ্ৰমিক কঢ়িয়াই অনা এখন বাহন দূৰ্ঘটনা। মালবাহী টাটা এচি বাহনত কঢ়িয়াই আনিছিল প্ৰায় ৩৫ গৰাকী চাহ শ্ৰমিক। হাতীপট্টীৰ পৰা আঠখেল অভিমুখে শ্ৰমিক কঢ়িয়াই লৈ যাওতে হয় এই পথ দুৰ্ঘটনা..
তামুলপুৰ, ২৯ মে (হি.স.)। বহিঃৰাজ্যত মৃত্যু হোৱা যুৱকৰ মৃতদেহ আহি পালে স্ব-গৃহ। অন্ধ্ৰপ্ৰদেশত সন্দেহজনক ভাৱে মৃত্যু হৈছিল ধমধমাৰ নিকটৱৰ্তী তামুলপুৰ জিলাৰ উত্তৰ বৰশিৰালত গাঁৱৰ প্ৰয়াত অনিৰাম কলিতাৰ পুত্ৰ কৈলাশ কলিতাৰ। কামৰ সন্ধানত শনিবাৰে বিয়লি ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha