Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
18 Apr 2026
কইম্বাটুৰ, ১৮ এপ্ৰিল (হি.স.)। তামিলনাডুৰ কইম্বাটুৰ জিলাৰ ভালপাৰাই পাহাৰীয়া পথৰ ত্ৰয়োদশ হেয়াৰপিন কেকুৰিত নিয়ন্ত্ৰণহীন পৰ্যটক ভ্যান এখন খাৱৈত ডুব যোৱাৰ ফলত ৯ জন লোকৰ প্ৰাণ হানি হয়। ইয়াৰ ভিতৰত একেখন বিদ্যালয়তে কৰ্মৰত সাতজন শিক্ষকো আছিল। কেৰালাৰ..
শ্ৰীনগৰ, ১৮ এপ্ৰিল (হি.স.)। আফগানিস্তানত আজি শনিবাৰে পুৱা ৮:২৪ বজাত ৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। এই ভূমিকম্পই জম্মু-কাশ্মীৰৰ কিছু অংশ কঁপাই তুলিছিল। অৱশ্যে তাৎক্ষণিকভাৱে ক্ষয়-ক্ষতিৰ কোনো খবৰ পোৱা নগ’ল। ইউৰোপীয়-ভূমধ্য সাগৰীয় ..
টেংগনৌপাল (মণিপুৰ), ১৮ এপ্ৰিল (হি.স.)। মণিপুৰত নিৰাপত্তা বাহিনীয়ে শুকুৰবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত নিষিদ্ধ উগ্ৰপন্থী সংগঠন কে ৱাই কে এল (ছ’ৰেপা)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰি বৃহৎ সফলতা লাভ কৰে। ধৃত উগ্ৰপন্থীজন ইম্ফল পূৱ জিলাৰ খুমান ..
চেন্নাই, ১৮ এপ্ৰিল (হি.স.)। অহা ২৩ এপ্ৰিলৰ বিধানসভা নিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ শনিবাৰে ইয়াত উপস্থিত হ’ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ডি এম কে মিত্ৰজোঁটৰ অংশ কংগ্ৰেছ দলক ২৮খন আসন আবণ্টন দিয়া হৈছে। নিৰ্ধাৰিত সময় অনুসৰি আজি ৰাহুল..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha