Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
15 Apr 2026
নগাঁও, ১৫ এপ্ৰিল (হি.স.)। আজি পহিলা বহাগ। আজি বছৰৰ প্ৰথমটো দিনত ৰাজ্যৰ মঠ-মন্দিৰ সমূহত দেখা গৈছে ভক্তৰ ভিৰ। সমান্তৰালকৈ নগাঁও ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰতো পুৱাৰে পৰা ভক্তৰ ভিৰ। মন্দিৰৰ বিশাল চৌহদ আৰু ইয়াৰ স্থাপত্য় কলাই ভক্ত সকলক আকৰ্ষিত ..
শিৱসাগৰ, ১৫ এপ্ৰিল (হি.স.)। আজি পহিলা বহাগ ।ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত ভক্ত বৈষ্ণৱৰ পূজা অৰ্চনা। আগন্তুক বৰ্ষৰ মঙ্গল কামনাৰে দেৱাদিদেৱ মহাদেৱৰ চৰণত পূজা অৰ্চনা বিভিন্ন জনৰ। আজি পুৱাৰ পৰা ভক্তপ্ৰাণ ৰাইজে শিৱদৌলত ভীৰ কৰা পৰিলক্ষিত হয়।বিভিন্ন দুৰ দুৰণি..
কামৰূপ,১৫ এপ্ৰিল (হি.স.)। পহিলা ব''হাগত শুৱালকুছিৰ শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰত ১২ ঘণ্টীয়া অখণ্ড হৰিনাম কীৰ্তন। বস্ত্ৰনগৰী শুৱালকুছিৰ মহাপুৰুষীয়া ধৰ্মালোচনী সভা,শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰৰ সমাজে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আজি পহিলা ব''হাগৰ দিনটোত মানৱ ..
যোৰহাট, ১৫ এপ্ৰিল (হি.স.)। আজি পহিলা ব’হাগৰ উপলক্ষে যোৰহাটৰ মাছৰহাট বৰ নামঘৰত বহু ভক্তৰ সমাগম নাম প্ৰসংগৰে মুখৰিত পৰিবেশ l আজি পহিলা ব’হাগ, অসমীয়া নববৰ্ষৰ প্ৰথমটো দিন। এই শুভ দিনটোত ৰাজ্যজুৰি দেখা গ’ল ধৰ্মীয় উত্সাহ আৰু ভক্তিৰ মনোৰম দৃশ্য। আজিৰ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha