আগমনিত বস্তায়ে বস্তায়ে গো-মাংস জব্দ
ধুবুৰী, ২৯ মাৰ্চ (হি.স.)। আগমনিত বস্তায়ে বস্তায়ে গো-মাংস জব্দ। আগমনি ৰতিয়াদহ এইছ পি পেট্ৰ''ল পাম্পত ৰখাই থোৱা বলেৰো পিক আপ ভেনৰ পৰা জব্দ প্ৰায় ৫ কুইন্টল নিষিদ্ধ গো মাংস। পশ্চিমবংগৰ পৰা ছাগলীয়াৰে প্ৰৱেশ কৰি আগমনি ৰতিয়াদহ পেট্ৰ''ল পাম্পত ৰখ
আগমনিত বস্তায়ে বস্তায়ে গো-মাংস জব্দ


ধুবুৰী, ২৯ মাৰ্চ (হি.স.)। আগমনিত বস্তায়ে বস্তায়ে গো-মাংস জব্দ। আগমনি ৰতিয়াদহ এইছ পি পেট্ৰ'ল পাম্পত ৰখাই থোৱা বলেৰো পিক আপ ভেনৰ পৰা জব্দ প্ৰায় ৫ কুইন্টল নিষিদ্ধ গো মাংস।

পশ্চিমবংগৰ পৰা ছাগলীয়াৰে প্ৰৱেশ কৰি আগমনি ৰতিয়াদহ পেট্ৰ'ল পাম্পত ৰখাইছিল মালবাহী বলেৰো পিক আপ ভেন খন। আগমনি আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে নিষিদ্ধ মাংস। আৰক্ষী অহাৰ উমান পাই বাহনখন ৰতিয়াদহ এইছ পি পেট্ৰ'ল পাম্পত ৰখাই পলায়ন কৰে চালক হেণ্ডিমেন। জব্দকৃত নিষিদ্ধ মাংস ভৰ্তি বাহন খনৰ নম্বৰ এ এছ ০১ এম চি ৮৬৬৬ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande