Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
26 Nov 2026
নতুন দিল্লী, ২৬ নৱেম্বৰ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে সংবিধান দিৱস উপলক্ষে বৃহস্পতিবাৰে বিজ্ঞান ভৱনত ভাৰতৰ সংবিধানৰ ২২টা অনুসূচিত ভাষাৰ সকলোৰে শেহতীয়া (আপডেট) সংস্কৰণ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে সকলো অনুসূচিত ভাষাত সংবিধানৰ উপলব্ধতাই..
বাৰাণসী, ২৬ নৱেম্বৰ (হি.স.)। কাশী আৰু তামিলনাডুৰ মাজত শতিকাজুৰি চলি অহা সাংস্কৃতিক, আধ্যাত্মিক আৰু শৈক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব কাশী-তামিল সংগমৰ পঞ্চম সংস্কৰণ । নমো ঘাটত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটো যৌথভাৱে উদ্ব..
খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ নতুন অভিলেখ গঢ়ি ৩৭৮৫ লাখ টন উৎপাদন নতুন দিল্লী, ২৬ নৱেম্বৰ (হি.স.)। ভাৰতীয় কৃষি খণ্ডই পুনৰবাৰ এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে। ২০২৫-২৬ বৰ্ষৰ ভিতৰত দেশত খাদ্য শস্যৰ উৎপাদনে অভিলেখ সৃষ্টি কৰি ৩৭৮৫.৩৮ লাখ টনত উপনীয়..
নতুন দিল্লী, ২৬ নৱেম্বৰ (হি.স.)। সংবিধান দিৱস উপলক্ষে কংগ্ৰেছ দলৰ উদ্যোগত সমগ্ৰ দেশতে সংবিধান ৰক্ষা পদযাত্ৰাৰ আয়োজন কৰা হয়। এই উপলক্ষে লক্ষ্ণৌত উপস্থিত থাকে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে । দিল্লীতো এক সমদল উলিওৱা হয়, য’ত কংগ্ৰেছৰ সাধাৰণ সম..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha