Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
25 Nov 2026
ইছলামাবাদ (পাকিস্তান), ২৫ নৱেম্বৰ (হি.স.)। দেশৰ অশান্ত উত্তৰ-পশ্চিম প্ৰদেশ খাইবাৰ পখতুনখোৱাত নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱা ভিত্তিক দুটা অভিযানত ৮ জন সন্ত্ৰাসবাদীক হত্যা কৰে। বুধবাৰে এই কথা ঘোষণা কৰে আৰক্ষীয়ে। পেছাৱৰ আৰু বান্নু জিলাত এই অভিযান চলিছ..
ঢাকা, ২৫ নৱেম্বৰ (হি.স.)। অৱশেষত বাংলাদেশ চৰকাৰে প্ৰতিবাদ কৰা বস্ত্ৰ (ৰেডিমেড গাৰ্মেণ্ট) শ্ৰমিকৰ নূন্যতম মজুৰি ১২,৫০০ টকাৰ পৰা ১৭,০০০ টকীয়ালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়। ইফালে নূন্যতম মজুৰি ৩০ হাজাৰ টকালৈ বৃদ্ধি কৰাত অটল হৈ আছে শ্ৰমিকস..
ছান জুয়ান (পুৱেৰ্ট’ ৰিকো), ২৫ নৱেম্বৰ (হি.স.)। প’ৰ্ট’ ৰিকোৰ ২৭ বছৰীয়া জেনিফাৰ বাৰেটোৱে ২০২৬ চনৰ মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰিছে। ছান জুয়ানত অনুষ্ঠিত হোৱা ৭৫ সংখ্যক সংস্কৰণত ১১৬খন দেশৰ সুন্দৰীয়ে অংশগ্ৰহণ কৰিছিল যদিও জেনিফাৰে নিজৰ প্ৰতিভা আৰু প্ৰদ..
কাঠমাণ্ডু, ২৫ নৱেম্বৰ (হি.স.)। নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সোণৰ দৰে হালধীয়া অৰ্ধকঠিন ধাতুৰে গ্ৰেপ্তাৰ কৰা হৈছে দুগৰাকী চীনা মহিলা। উদ্ধাৰ হোৱা পদাৰ্থটোৰ মুঠ ওজন ২ কেজি ৩৪৮ গ্ৰাম বুলি জানিব পৰা গৈছে। মহিলা দুগৰাকীয়ে সোণখিনি মলদ্বাৰ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha