Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
24 Nov 2026
মুম্বাই, ২৪ নৱেম্বৰ (হি.স.)। ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক ছবি কিংক লৈ দৰ্শক উৎসাহিত হৈ পৰিছে । ছবিখনৰ প্ৰথমটো গীত তু মিল জায়ে তো ইতিমধ্যে সংগীতপ্ৰেমীৰ মাজত হিট হৈ পৰিছে । এতিয়া ছবিখনৰ দ্বিতীয়টো গীতক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।..
মুম্বাই, ২৪ নৱেম্বৰ (হি.স.)। কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুৰ এবছৰ হ’ল যদিও তেওঁৰ পত্নী তথা অভিনেত্ৰী হেমা মালিনীয়ে এতিয়াও এই বাস্তৱতা মানি ল’বলৈ সংগ্ৰাম কৰি আছে। প্ৰথম মৃত্যু বাৰ্ষিকীত হেমা মালিনীয়ে তেওঁক আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। হ..
মুম্বাই, ২৪ নৱেম্বৰ (হি.স.)। অভিনেতা অনুপম খেৰে এতিয়া এক নতুন ভক্তিমূলক গীত ৰাম ভক্ত হনুমানৰে দৰ্শকৰ কাষ চাপিছে। বৰুণ গুপ্তাৰ মেক্স ষ্টুডিঅ’ই মুকলি কৰিছে এই হিন্দী অৰিজিনেল। গীতটিত ভগৱান হনুমানৰ প্ৰতি ভক্তিৰ লগতে মানৱতা, কৰুণা, আৰু নিস্বাৰ্থ সে..
মুম্বাই, ২৪ নৱেম্বৰ (হি.স.)। প্ৰবীণ অভিনেতা জিতেন্দ্ৰই তেওঁৰ পুত্ৰ তথা অভিনেতা তুষাৰ কাপুৰৰ কঠোৰ পৰিশ্ৰম আৰু অভিনয়ৰ প্ৰতি সমৰ্পিততাক প্ৰশংসা কৰিছে। তুষাৰক নিজতকৈ উন্নত অভিনেতা আখ্যা দি তেওঁ কয় যে তেওঁৰ কেৰিয়াৰৰ সফলতাত ভাগ্য আৰু সময়োপযোগী সুযোগে..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha