Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
22 Nov 2026
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় উপ-প্ৰতিষেধক দিৱস (পালছ পলিঅ’) উপলক্ষে আজি শোণিতপুৰ জিলাত পালছ পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । তেজপুৰৰ পাৰুৱাস্থিত মাতৃ আৰু শিশু চিকিৎসালয়ৰ সন্মিলন কক্ষত এই উপলক্ষে উদ্বোধনী..
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.) “অসমত ইতিমধ্যে ১০ হেজাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ হৈছে ৷ ইয়াৰে ভিতৰত ৮০শতাংশৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে ৷ ৰাজ্যত আৰু আঠ হেজাৰ এনে কেন্দ্ৰ নিৰ্মাণ হ''ব ৷ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰা হৈছে আৰু বৃদ্ধি ..
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। তেজপুৰত আজি দেওবাৰে সন্ধিয়া তৃতীয় লিংগৰ ভালেসংখ্যক লোকে তেওঁলোকৰ প্ৰাপ্যৰ দাবীত এক সমদল বাহিৰ কৰে ৷ তেজপুৰৰ নেহৰু ময়দানৰ সমীপত এই সমদল কৰি তেজপুৰৰ ৩০গৰাকীতকৈ অধিক তৃতীয় লিংগৰ লোকে কয় যে, বৰ্তমান তৃতীয় লিংগৰ লোকসকলৰ ..
শোণিতপুৰ, ২২ নৱেম্বৰ (হি.স.)। ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধীনত আজি ৰাজ্যৰ বিভিন্ন জিলা সদৰত মাণ্ডলিক পৰ্যায়ত অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ বিভাগীয় সহকাৰী উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা। আজি অনুষ্ঠিত অসম আৰক্ষীৰ উত্তৰ অসম সংমণ্ডলৰ তিনিখন জিলা..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha