
নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম ভ্ৰমণ কৰিব ।
উপ-ৰাষ্ট্ৰপতি সচিবালয়ৰ তথ্য অনুসৰি ভাৰতীয় উদ্যোগ সংঘৰ ৩১ সংখ্যক অংশীদাৰিত্ব সন্মিলনৰ সামৰণি অধিবেশনত ভাষণ দিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া