Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
01 Nov 2026
মাজুলী, ০১ নৱেম্বৰ (হি.স.)। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত মাজুলী জিলা লেখিকা সমিতিৰ সহযোগত মাজুলীৰ ঐতিহ্য গৰকা উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হল আধ্যাত্মিক সন্মিলন ৷ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গো..
কামৰূপ, ০১ নৱেম্বৰ (হি.স.)। কামৰূপ আৰু বৰপেটা জিলাৰ নগৰবেৰা মাজৰ চৰ পাৰঘাটৰ জলজলী নৈৰ ওপৰত লেচীয়ে নিৰ্মাণ কৰিলে এক হাজাৰ মিটাৰ দৈৰ্ঘ্যৰ এখন বৃহৎ বাঁহৰ দলং। উল্লেখ্য যে, বাৰিষাৰ কালত দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ ৰাইজে নগৰবেৰা বজাৰলৈ আহ যাহ কৰাৰ ক্ষেত্ৰত..
শিৱসাগৰ, ০১ নৱেম্বৰ (হি.স.)। শিৱসাগৰত চেৰেকাপাৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ''ব লগা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ লাইখুটা স্থাপন। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অঞ্চলটোৰ কেইবা শ ৰাইজৰ অংশগ্ৰহণেৰে অনুষ্ঠিত ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয় সম্পূৰ্ণ বৈদিক ..
গোলাঘাট, ০১ নৱেম্বৰ (হি.স.)। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰম্পৰাগত হস্তী পূজাৰে শুভাৰম্ভ হ’ল ২০২৬-২৭ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী। কহঁৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি বন বিভাগৰ হাতী ছাফাৰীৰ আনুষ্ঠানিকভাৱে মুকলি কৰে কাজিৰঙাৰ ডি এফ অ’ অৰুণ ভিগনেশে। ইয়াৰ ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha