Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
01 Nov 2026
গোলাঘাট, ০১ নৱেম্বৰ (হি.স.)। নুমলীগড়ত আৰক্ষীয়ে এএছ-১২চিচি-০৬৮৯ নম্বৰৰ এখন চিমেণ্ট ভৰ্তি ট্ৰাক জব্দ কৰে। বাহন খনত নিৰ্ধাৰিত সীমাতকৈ অধিক বোজা কঢ়িওৱাৰ লগতে বৈধ নথি-পত্ৰ নথকাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, বোকাখাতৰ সন্দীপ কুমাৰ নিমোডিয়া ..
যোৰহাট, ০১ নৱেম্বৰ (হি.স.)। যোৰহাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি। গৌৰৱোজ্জ্বল ২৫টা বৰ্ষত ভৰি দিলে যোৰহাট প্ৰেছ ক্লাবে। আজিৰে পৰা বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ''ল যোৰহাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন। এই উপলক্ষে ..
হোজাই, ০১ নৱেম্বৰ (হি.স.)। লংকাৰ জোৰাপুখুৰীত হোজাই জিলা সমিতিৰ উদ্যোগত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ নৱম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ২০১৭ চনৰ ১ নবেম্বৰত শিৱসাগৰত প্ৰতিষ্ঠা লাভ কৰা উক্ত সংস্থাটোৱে ইতিমধ্যেই ৰাজ্যজুৰি ২৫ খন জিলাত গঠন কৰিছে..
শিৱসাগৰ, ০১ নৱেম্বৰ (হি.স.)। নাজিৰাত দিখৌ নদীৰ মথাউৰিত ব্যাপক খহনীয়াৰ সৃষ্টি। ভয়ংকৰ বিপদৰ শংকাত মঠিয়াছিগা সৌকাজান সত্ৰবাসী ৰাইজ। নাজিৰা মিঠিয়াছিগাৰ শ্ৰী শ্ৰী সৌকাজান সত্ৰৰ কাষেদি থকা দিখৌ নদীৰ মথাউৰিৰ এটা অংশত ব্যাপক ভাৱে খহনীয়া সৃষ্টি হোৱাত ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha