ৰহাৰ কমাৰজানত ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা জব্দ
নগাঁও, ২৮ অক্টোবৰ (হি.স.)। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে । ৰহাৰ কমাৰজানত গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে জব্দ কৰে ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা। ইয়াৰ লগতে আটক কৰা হৈছে দুজন ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন
ৰহাৰ কমাৰজানত ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা জব্দ


নগাঁও, ২৮ অক্টোবৰ (হি.স.)। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে ।

ৰহাৰ কমাৰজানত গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে জব্দ কৰে ৮টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন ই ৰিক্সা। ইয়াৰ লগতে আটক কৰা হৈছে দুজন ড্ৰাগছ ব্যৱসায়ী।

ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনৰ নাম হাৰোন ৰছিদ আৰু ইমৰাণ হুছেইন বুলি জানিব পৰা গৈছে।

নগাঁৱৰ চলচলীৰ পৰা এএছ ০২ ইচি ৪৮৩৬ নম্বৰৰ ই ৰিক্সাৰে ড্ৰাগছ লৈ অহি থকা অৱস্থাত ৰহাৰ কমাজানত আটক কৰে ৰহা আৰক্ষীয়ে।

ধৃত হাৰোন ৰছিদৰ ঘৰ কাকতিগাঁও আৰু ইমৰাণ হুছেইনৰ ঘৰ চিওগুৰীত বুলি জানিব পৰা গৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande