বলীউডৰ বিখ্যাত অভিনেতা অজয় দেৱগণ কাশ্মীৰত উপস্থিত, উষ্ম আদৰণি
শ্ৰীনগৰ, ২৮ অক্টোবৰ (হি.স.)। কাশ্মীৰত উপস্থিত হৈছে বলীউডৰ বিখ্যাত অভিনেতা অজয় দেৱগণ। সিংহাম ফ্ৰেঞ্চাইজিত বাজিৰাও সিংঘমৰ চৰিত্ৰত অভিনয় কৰা অজয় দেৱগণক সোণামাৰ্গৰ সিন্ধ ৰিজৰ্টত উষ্ম আদৰণি জনোৱা হয়। ছ’চিয়েল মিডিয়াত এক পোষ্টত ৰিজ’ৰ্টখনে অভিনেতা
বলীউডৰ বিখ্যাত অভিনেতা অজয় দেৱগণ কাশ্মীৰত উপস্থিত, উষ্ম আদৰণি


শ্ৰীনগৰ, ২৮ অক্টোবৰ (হি.স.)। কাশ্মীৰত উপস্থিত হৈছে বলীউডৰ বিখ্যাত অভিনেতা অজয় দেৱগণ। সিংহাম ফ্ৰেঞ্চাইজিত বাজিৰাও সিংঘমৰ চৰিত্ৰত অভিনয় কৰা অজয় দেৱগণক সোণামাৰ্গৰ সিন্ধ ৰিজৰ্টত উষ্ম আদৰণি জনোৱা হয়।

ছ’চিয়েল মিডিয়াত এক পোষ্টত ৰিজ’ৰ্টখনে অভিনেতাগৰাকীক আতিথ্য প্ৰদান কৰি আনন্দিত বুলি কয়। তেওঁলোকে আৰু লিখিছে যে কিছুমান বিশেষ মুহূৰ্ত আছে যিয়ে সঁচাকৈয়ে এটা অৱস্থানক স্মৰণীয় কৰি তোলে।

ইয়াৰ পূৰ্বে লাডাখৰ কাৰ্গিল অঞ্চলৰ কাক্সাৰত অজয় দেৱগণক তেওঁৰ আগন্তুক ছবি চৌহানৰ শ্বুটিং কৰা দেখা গৈছিল আৰু ভ্ৰমণৰ সময়ত তেওঁ সেনাবাহিনীৰ ইউনিফৰ্ম পিন্ধিছিল।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande