Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
26 Oct 2026
নগাঁও, ২৬ অক্টোবৰ (হি.স.)। ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰো অব্যাহত আছে অভিযান তাৰ মাজতে আৰক্ষীৰ চকুত ধূলি দি ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈ আছে গো–ধন। নিশা ৰহাৰ ফুলগুৰিত স্থানীয় ৰাইজে আটক কৰে এখন গৰু ..
বঙাইগাঁও , ২৬ অক্টোবৰ (হি.স.)। লক্ষ্মী পূজাৰ গইনা লৈ অভয়াপুৰীৰ বিভিন্ন স্থানত জুৱাৰ মুকলি বেহা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বিভিন্ন স্থানত আৰক্ষীৰ চকুত ধূলি দি অবৈধ জুৱা খেল অনুষ্ঠিত কৰি লাখ লাখ টকা উপাৰ্জন একাংশ জুৱাৰীৰ । লক্ষ্মী পূজাৰ প্ৰথম দিনটো..
ধুবুৰী, ২৬ অক্টোবৰ (হি.স.)। নিশা গোলকগঞ্জ আৰক্ষীৰ অভিযান। অভিযানত চোৰাং গৰু ভৰ্তি বাহন সহ সৰবৰাহকাৰী আটক কৰে। বিৰাট নগৰ চাৰিআলিত গৰু সহ দুজন সৰবৰাহকাৰীক আটক। ইপিনে অসম বংগ সীমান্তৰ ছোটোগুমাতো চোৰাং গৰু সহ দুজন সৰবৰাহকাৰীক আটক কৰে। চুবুৰীয়া ৰাজ্য..
হোজাই, ২৬ অক্টোবৰ (হি.স.)। লামডিঙত ৰে’লৰ খুন্দাত কৰুণ মৃত্যু এজন যুৱকৰ। লামডিঙৰ আইঅচিএল দলঙৰ সন্মুখত সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো। নিহত যুৱক জনৰ নাম মোহন শইকীয়া। তেওঁ পশ্চিম লামডিং পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ আমবাগানৰ বাসিন্দা। জানিব পৰা মতে, ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha