চতিয়া থানাৰ পৰা পলাল আচামী
বিশ্বনাথ, ২১ জানুৱাৰী (হি.স.)। বিশ্বনাথৰ চতিয়া থানাত সংঘটিত হৈছে এক অঘটন। চতিয়া থানাৰ পৰা পলায়ন কৰিলে আচামীয়ে। আৰক্ষী থানাৰ পৰা পলায়ন কৰা আচামীটোৰ নাম কেজেং নৰোৱা থং ডক বুলি জানিব পৰা গৈছে। উল্লেখ্য় যে ড্ৰাগছ সৰবৰাহত জড়িত আচামী কেজেং নৰোৱা থং ডক
চতিয়া থানাৰ পৰা পলাল আচামী


বিশ্বনাথ, ২১ জানুৱাৰী (হি.স.)। বিশ্বনাথৰ চতিয়া থানাত সংঘটিত হৈছে এক অঘটন। চতিয়া থানাৰ পৰা পলায়ন কৰিলে আচামীয়ে। আৰক্ষী থানাৰ পৰা পলায়ন কৰা আচামীটোৰ নাম কেজেং নৰোৱা থং ডক বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে ড্ৰাগছ সৰবৰাহত জড়িত আচামী কেজেং নৰোৱা থং ডক পত্নীসহ আৰক্ষীয়ে আটক কৰিছিল। পলাতক আচামী কেজেং নৰোৱা থং ডক অৰুণাচল আৰক্ষীৰ জোৱান বুলি জানিব পৰা গৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande