Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
29 Sep 2025
নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয়, দুৰ্গা পূজা উপলক্ষে দেশ-বিদেশত বসবাস কৰা সকলো ভাৰতীয়লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা..
নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ নতুন ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰে। এই উপলক্ষে দলীয় কৰ্মীসকলক সম্বোধন কৰি তেওঁ কয় যে দিল্লী বিজেপিৰ এই কাৰ্যালয়টো ইয়াৰ ভৱ্যতা বা সুবিধাৰ ..
নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি জে পি নড্ডাই দিল্লী ৰাজ্যিক কাৰ্যালয় উদ্বোধন অনুষ্ঠানত উল্লেখ কৰে যে সমগ্ৰ দেশতে ৭৮৭টা কাৰ্যালয় নিৰ্মাণৰ লক্ষ্য লোৱা হৈছে। এই পৰ্যন্ত দিল্লীকে ধৰি ৬১৮টা কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। ..
-মুঠ ৪,০৩৩ কোটি টকা বিনিয়োগ নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। অতি সোনকালে ভাৰত আৰু ভূটানৰ সম্পৰ্ক ৰে’ল সংযোগৰ জৰিয়তে আৰু অধিক শক্তিশালী কৰা হ’ব। সোমবাৰে দুয়োখন দেশে ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা নতুন ৰে’লপথ নিৰ্মাণৰ বাবে সন্মতি প্ৰকাশ কৰাৰ লগতে ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha