Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
28 Sep 2025
–মুখ্য বক্তা হিচাপে উপস্থিত থাকিব জে নন্দকুমাৰ অমৰাৱতী, ২৮ ছেপ্টেম্বৰ (হি.স.)। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গৱাইৰ মাতৃ ড° কমলতাই গৱাই আমৰাৱতীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ বিজয়দশমী উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ..
নতুন দিল্লী, ২৮ ছেপ্টেম্বৰ (হি.স.)। সোমবাৰে দিল্লী বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, দিল্লী বিজেপিৰ জ্যেষ্ঠ নেতা, কেন্দ্ৰীয় মন্ত্ৰী, ..
নতুন দিল্লী, ২৮ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ই বিজয়দশমীৰ দিনা শতবৰ্ষ উদযাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ'' অনুষ্ঠান মন কি বাতত এই কথা বিশেষভাৱে উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰে যে মতাদৰ্শগত দাসত্বৰ পৰা দেশক ..
কুপৱাৰা, ২৮ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ কেৰণ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত অনুপ্ৰৱেশৰ চেষ্টা দেওবাৰে বিফল কৰে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে. লগতে দুজন পাকিস্তানী সন্ত্ৰাসবাদীক ধৰাশায়ী কৰে। নিৰাপত্তাৰক্ষীৰ বাবে এয়া এক বৃহৎ সফলতা। ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha