Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
13 Sep 2025
নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। বিত্তীয় সেৱা বিভাগ (ডিএফএছ)ৰ সচিব এম নাগৰাজুকে কয় যে ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি)সমূহ অস্তিত্ব তথা স্থিৰতাৰ দৌৰৰ পৰা আগবাঢ়ি গৈছে আৰু এতিয়া ''উন্নত ভাৰত ২০৪৭''ত শ্ৰীবৃদ্ধি, উদ্ভাৱন তথা নেতৃত্বৰ বিশাল ভূমিকা পাল..
নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। নলছাৰ বিশ্ববিদ্যালয় আৰু ভাৰতীয় কোম্পানী সচিব প্ৰতিষ্ঠান (আই চি এছ আই)ৰ যৌথ উদ্যোগত হায়দৰাবাদত ৰাষ্ট্ৰীয় সন্মিলন কৰ্প-কন ২০২৫ অনুষ্ঠিত হয়। এই সন্মিলনত একাডেমিক আৰু কৰ্পৰেট বিশেষজ্ঞসকলে পৰিৱেশ, সামাজিক আৰু ..
নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শনিবাৰে কয় যে ভাৰত আৰু ইউৰোপীয় সংঘই শীঘ্ৰে সুষম আৰু পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ দিশত কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। গোৱেলে এটা পোষ্টত ..
নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। আদানী পাৱাৰ লিমিটেডে বিহাৰত তিনি বিলিয়ন ডলাৰ (প্ৰায় ২৬,৪৮২ কোটি টকা) বিনিয়োগেৰে ২৪০০ মেগাৱাট (আল্ট্ৰা ছুপাৰ-ক্ৰিটিকেল) অত্যাধুনিক শক্তি কেন্দ্ৰ স্থাপন কৰিব। আদানী গ্ৰুপ কোম্পানীটোৱে শনিবাৰে এক বিবৃতিত কয় ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha