বাক্সা, ০৪ জুন (হি.স.)। বিটিচি নিৰ্বাচনত ইউ পি পি এল দলে কেইবাটাও পৰিষদীয় সমষ্টিতে নিৰ্বাচন খেলিব। এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। ৮ জুনত ইউ পি পি এল দলৰ চিডব্লিউ চিৰ সভাত মিত্ৰতা সন্দৰ্ভত লব সিদ্ধান্ত।
তেওঁ কয় যে গোৰেশ্বৰ মহাবিদ্যালয়লৈ ইতিমধ্যে ৩ কোটি টকাৰ অনুদান দিয়া হৈছে। গোৰেশ্বৰ টাউনৰ উন্নয়ণৰো মাষ্টাৰ প্লেন যুগুতোৱা হৈ গৈছে। এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে
বুধবাৰে গোৰেশ্বৰত শ্বহীদ সুজিত নাৰ্জাৰী সোৱৰণী প্ৰেক্ষাগৃহ মুকলি কৰে বিটিআৰ প্ৰধানজনে। অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন উপ মুখ্যকাৰ্যবাহী খাম্ফা বৰগয়াৰীয়েকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু