গীৰ গাই প্ৰসংগত যোৰহাটত জিলা কৃষক কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ সাব্যস্ত
যোৰহাট, ৩০ জুন (হি.স.)। যোৰহাটত অসম প্ৰদেশ কৃষক কংগ্ৰেছ কমিটিৰ নিৰ্দেশত যোৰহাট জিলা কৃষক কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ সাব্যস্ত। যোৰহাট জিলা কংগ্ৰেছ ভৱনত অসম প্ৰদেশ কৃষক কংগ্ৰেছ কমিটিৰ নিৰ্দেশত যোৰহাট জিলা কৃষক কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ সাব্যস্ত। কৃষক সকলক
গীৰ গাই প্ৰসংগত যোৰহাটত জিলা কৃষক কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ সাব্যস্ত


যোৰহাট, ৩০ জুন (হি.স.)। যোৰহাটত অসম প্ৰদেশ কৃষক কংগ্ৰেছ কমিটিৰ নিৰ্দেশত যোৰহাট জিলা কৃষক কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ সাব্যস্ত।

যোৰহাট জিলা কংগ্ৰেছ ভৱনত অসম প্ৰদেশ কৃষক কংগ্ৰেছ কমিটিৰ নিৰ্দেশত যোৰহাট জিলা কৃষক কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ সাব্যস্ত। কৃষক সকলক বঞ্চিত কৰি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু বিধায়ক পত্নী সকলক হিতাধিকাৰী সজাই চৰকাৰী সাহায্য যুক্ত গীৰ গাই লুণ্ঠন কৰা কাৰ্যৰ বাবে আজি এই প্ৰতিবাদ সাব্যস্ত।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে তিতাবৰৰ বিধায়ক ভাষ্কৰ বৰুৱা, যোৰহাট জিলা কৃষক কংগ্ৰেছ কমিটীৰ অধ্যক্ষ বিমান হাজৰিকাৰ লগতে কংগ্ৰেছ কৰ্মী সকল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande