বিয়লি ৩ বজাত পি ডব্লিউ ডিৰ মুখ্য কাৰ্যালয়ত এয়াৰ ৰেইড চাইৰেন পৰীক্ষা
নতুন দিল্লী, ০৯ মে’ (হি.স.)। অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ে আজি বিয়লি ৩ বজাত আই টি অ’ত থকা ৰাজহুৱা কাম-কাজ বিভাগৰ মুখ্য কাৰ্যালয়ত স্থাপন কৰা এয়াৰ ৰেইড চাইৰেন পৰীক্ষা কৰিব। এই পৰীক্ষা ১৫ৰ পৰা ২০ মিনিটলৈকে চলিব। এই তথ্য চৰকাৰে জাৰি কৰা এক প্ৰেছ বি
आईटीओ स्थित लोक निर्माण विभाग (पीडब्ल्यूडी) मुख्यालय में लगाए


নতুন দিল্লী, ০৯ মে’ (হি.স.)। অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ে আজি বিয়লি ৩ বজাত আই টি অ’ত থকা ৰাজহুৱা কাম-কাজ বিভাগৰ মুখ্য কাৰ্যালয়ত স্থাপন কৰা এয়াৰ ৰেইড চাইৰেন পৰীক্ষা কৰিব। এই পৰীক্ষা ১৫ৰ পৰা ২০ মিনিটলৈকে চলিব।

এই তথ্য চৰকাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে দিয়া হৈছে। বিমান আক্ৰমণৰ ছাইৰেন পৰীক্ষাৰ সময়ত মানুহক শান্ত হৈ থাকিবলৈ আৰু আতংকিত নহ’বলৈ পৰামৰ্শ দিয়া হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande