দক্ষিণ শালমাৰাত পাকিস্তানৰ সমৰ্থক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাত পাকিস্তানৰ সমৰ্থকক গ্ৰেপ্তাৰ।
দক্ষিণ শালমাৰাত পাকিস্তানৰ সমৰ্থক গ্ৰেপ্তাৰ


দক্ষিণ শালমাৰা মানকাচৰ, ১৮ মে’ (হি.স.): দক্ষিণ শালমাৰাত যোৱাকালি শনিবাৰে নিশা পাকিস্তানৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰা হয় ।পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ইনষ্টাগ্ৰামৰ বাতৰিত পাকিস্তানৰ পতাকা শ্বেয়াৰ কৰি পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত ৰাজু শেখ(১৯) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ।

দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে এছ খুবুংগৰ নেতৃত্বত এ এছ আই আতোৱাৰ ৰহমানৰ আৰক্ষী কাটডাংগা মহৰিৰচৰত আভিযান চলাই ৰাজু শেখক আটক কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande