(আপডেট)নগাঁৱৰ চকৰি গাৱত খুড়ীয়েকক চুৰিকাঘাট ভতিজাকৰ
নগাঁৱ, ১৩ মে (হি.স.)। নগাঁৱৰ চকৰি গাৱত খুড়ীয়েকক চুৰিকাঘাট ভতিজাকৰ। অম্লেশ্বৰী তামুলীক চুৰিকাঘাট ভতিজা দেৱানন্দ তামুলীৰ। বিগত দুদিন ধৰি ভতিজা দেৱানন্দ তামুলি মানসিক ভাৱে অস্থিৰ হৈ আছিল। মানশিক ভাৰসাম্য় হেৰুৱাই ভতিজা দেৱানন্দ তামুলী খুড়ীয়েকক আক্ৰ
(আপডেট)নগাঁৱৰ চকৰি গাৱত খুড়ীয়েকক চুৰিকাঘাট ভতিজাকৰ


নগাঁৱ, ১৩ মে (হি.স.)। নগাঁৱৰ চকৰি গাৱত খুড়ীয়েকক চুৰিকাঘাট ভতিজাকৰ। অম্লেশ্বৰী তামুলীক চুৰিকাঘাট ভতিজা দেৱানন্দ তামুলীৰ।

বিগত দুদিন ধৰি ভতিজা দেৱানন্দ তামুলি মানসিক ভাৱে অস্থিৰ হৈ আছিল। মানশিক ভাৰসাম্য় হেৰুৱাই ভতিজা দেৱানন্দ তামুলী খুড়ীয়েকক আক্ৰমণ কৰা বুলি অনুমান কৰা হৈছে। দেৱানন্দ তামুলীক আজি চিকিৎসা কৰিবলৈ নগাঁৱলৈ আনিছিল পৰিয়ালে।

বৰ্তমান নগাঁও আৰক্ষীয়ে আটক কৰে দেৱানন্দ তামুলিক। তেওক বৰ্তমান জেৰা চলাই থকা হৈছে। দেৱানন্দ তামুলী আৰু খুড়ীয়েকৰ ঘৰ পুৰনি গুদামৰ পদুমনিত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande