সোণাপুৰৰ তেতেলীয়াত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচা
গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। আজি খেল মহাৰণৰ চাইক্লিঙৰ দ্বিতীয় দিন। ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাৰ উপস্হিত। সোণাপুৰৰ চাকনিবাৰীত কালিৰে পৰা অনুষ্ঠিত হোৱা খেল মহাৰণ ২.০ৰ চাইক্লিঙৰ আজি সুকলমে সমাপন হ'ল। ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা উপস্হিত থাকি বি
সোণাপুৰৰ তেতেলীয়াত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাৰ


সোণাপুৰৰ তেতেলীয়াত ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাৰ


গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। আজি খেল মহাৰণৰ চাইক্লিঙৰ দ্বিতীয় দিন। ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোচাৰ উপস্হিত। সোণাপুৰৰ চাকনিবাৰীত কালিৰে পৰা অনুষ্ঠিত হোৱা খেল মহাৰণ ২.০ৰ চাইক্লিঙৰ আজি সুকলমে সমাপন হ'ল।

ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা উপস্হিত থাকি বিজয়ী সকলক বঁটা প্ৰদান কৰে। মন্ত্ৰী গৰাকীক সংগ দিয়ে অসম পণ্যগাৰ নিগমৰ উপাধ্যক্ষ ড০ তপন দাসে। প্ৰতিযোগিতা একেটা পৰিয়ালৰ দুগৰাকী প্ৰতিযোগিয়ে খিতাপ অৰ্জন কৰাৰ লগতে দুগৰাকী প্ৰতিযোগিয়ে ৫০ বছৰ অতিক্ৰম কৰি অংশগ্ৰহণ কৰা দেখা গৈছে । ইতিমধ্যে কালি হৈ যোৱা চাইকেলৰ বিসংগতিৰ ক্ষেত্ৰত অনুসন্ধান কৰিৱ‌ বুলিও মন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰে। লগতে আঘাত প্ৰাপ্ত প্ৰতিযোগি সকলক চিকিৎসাৰ ক্ষেত্ৰত সু-ব্যৱস্থা গ্ৰহণ কৰিব।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande