Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
13 Mar 2025
ঢাকা, ১৩ মাৰ্চ (হি.স.)। নিৰ্বাচন, আইন-শৃংখলা আৰু সংখ্যালঘু বিষয়ক লৈ ভাৰতে শেহতীয়াকৈ দিয়া মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশে। বাংলাদেশৰ মতে এইবোৰ বিশুদ্ধভাৱে ইয়াৰ আভ্যন্তৰীণ বিষয় আৰু সেয়েহে ভাৰতে এইবোৰত হস্তক্ষেপ কৰা উচিত ..
ভেটিকান চহৰ, ১৩ মাৰ্চ (হি.স.)। যোৱা মাহৰ পৰা অসুস্থ পোপ ফ্ৰান্সিছৰ স্বাস্থ্যৰ সামান্য উন্নতি দেখা গৈছে। ৰোমৰ গেমেলী হাস্পতালত চিকিৎসাধীন হৈ আছে পোপ। চিকিৎসকে কয় যে ইয়াৰ পিছতো পোপৰ অৱস্থা জটিল হৈয়ে আছে। অৱশ্যে পোপ ফ্ৰান্সিছে চিকিৎসালয়ত আৰামত ..
কাঠমাণ্ডু, ১৩ মাৰ্চ (হি.স.)। নেপালৰ পাহাৰীয়া আৰু হিমালয় অঞ্চলত বৃহস্পতিবাৰে উদযাপন কৰা হৈছে হোলী উৎসৱ। ৰাতিপুৱাৰ পৰা মানুহে ইজনে সিজনৰ লগত ৰং আৰু গুলালৰ সৈতে হোলী উদযাপন কৰি আছে। শুকুৰবাৰে দেশৰ দক্ষিণ প্ৰান্তত উদযাপন কৰা হ’ব হোলী উৎসৱ। কাঠমাণ্ডুত ..
ঢাকা, ১৩ মাৰ্চ (হি.স.)। নতুন দিল্লী আৰু ঢাকাৰ মাজত চলি থকা তিক্ততাৰ মাজতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে চীনৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়াইছে। চীনে ইয়াক কিমান গুৰুত্ব দিয়ে সেয়া হ’ব লক্ষ্যণীয়। অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী (মুখ্য উপদেষ্টা) ডাঃ ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha