Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
09 Nov 2025
নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। অক্টোবৰ মাহত ক্ৰয়ৰ তীব্ৰ হুলস্থুলৰ পিছত নৱেম্বৰ মাহত পুনৰ বিক্ৰেতা হৈ পৰিছে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীসকল। এতিয়ালৈকে তেওঁলোকে ভাৰতীয় বজাৰৰ পৰা ₹১২,৫৬৯ কোটি টকা উলিয়াইছে। ইফালে, একেৰাহে ২৯ সংখ্যক সপ্তাহ ধৰি ..
নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়ৰ পিছত একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰ নিম্নগামী হৈ বন্ধ হৈ পৰে। বিশ্বাস কৰা হয় যে বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এফ আই আই)ৰ বিক্ৰী অব্যাহত থকা, আমেৰিকাৰ সৈতে ..
নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণ-ৰূপৰ মূল্য সামান্য বৃদ্ধি পোৱা দেখা গৈছে। আজিৰ এই বৃদ্ধিৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,২২,০২০ টকাৰ পৰা ১,২২,১৭০ টকাৰ ভিতৰত ভিতৰত ব্যৱসায় কৰা হৈছে।..
নতুন দিল্লী, ০৯ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ (এনচিএলটি)-এ চুজুকি মটৰ গুজৰাটক দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ সৈতে একত্ৰীকৰণৰ বাবে অনুমোদন জনাইছে। মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে নিয়ন্..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha