পহিলা ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ সংসদৰ শীতকালীন অধিৱেশন,ৰাষ্ট্ৰপতিৰ অনুমোদন
নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ চলিব সংসদৰ শীতকালীন অধিৱেশন। এই অধিৱেশনত সংসদৰ দুয়োটা সদনৰ মুঠ ১৫খন বৈঠক অনুষ্ঠিত হ’ব। শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ শীতকালীন অধিৱেশন আহ্বান কৰাত অনুমোদন জনায়।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande